এটা ২৫০ টকীয়া যন্ত্ৰই বিদ্যুতৰ বিল আধাতকৈয়ো কম কৰি দিব পাৰে নেকি? সঁচানে?
অসমত স্মাৰ্ট মিটাৰৰ প্ৰচলন আৰম্ভ হোৱাৰ পাছৰে পৰা অধিক হাৰৰ বিজুলী মাচুলে সাধাৰণ জনতাক আহুকালত পেলোৱা দেখা গৈছে। তাকে লৈ চ’ছিয়েল মিডিয়াতো বহুতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ লগতে সংবাদ মাধ্যমতো এই সম্পৰ্কত বিভিন্ন বাতৰি দেখা গৈছে। তেনেকুৱা সময়তে ASSAMPRIME24 নামৰ এটা ৱেবচাইটত প্ৰকাশিত এক প্ৰতিবেদনে একাংশ লোকৰ দৃষ্টি আকৰ্শন কৰিছে। তেওঁলোকে প্ৰকাশ কৰা প্ৰতিবেদন মতে […]
Continue Reading