২০১৭চনৰে ভিডিঅ’ ভাইৰেল কৰি বিৰাট কোহলীয়ে কলকাতা ধৰ্ষণ-হত্যাকাণ্ডৰ সমালোচনা কৰা বুলি দাবী। 

শেহতীয়াভাবে এটা বিশেষ ভিডিঅ’ অসমৰ হোৱাটছএপত ভাইৰেল হৈ পৰিছে। ভিডিঅ”টোত দেখা গৈছে যে ভাৰতীয় ক্ৰিকেট দলৰ জ্যেষ্ঠ খেলুৱৈ বিৰাট কোহলীয়ে কোনো এটা বিষয়ত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ কৈ আছে যে-”এয়া বৰ অশান্তিকৰ, আচৰিত আৰু মই এনেকুৱা এখন সমাজৰ অংশ হিচাপে লজ্জাবোধ কৰিছোঁ। মই ভাবোঁ আমি আমাৰ চিন্তা সলনি কৰিবৰ হৈছে। আমি পুৰুষ আৰু মহিলাক […]

Continue Reading

বিৰাট কোহলীৰ এই বলুকা ভাস্কৰ্য কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা হৈছে।

ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীৰ এক বলুকা ভাস্কৰ্য, চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ধুনীয়া ভাস্কৰ্যটো এটা শিশুৱে সৃষ্টি কৰা বুলি দাবী কৰি চ’ছিয়েল মিডিয়াত ফটোসমূহ শ্বেয়াৰ কৰা হৈছে। এখন ফটোত ল’ৰাজনে হাতেৰে মূৰ্তিটোৰ আকৃতি দি থকাৰ বিপৰীতে আন এখন ছবিত ব্ৰাছেৰে ভাস্কৰ্যটোৰ কাম কৰি থকা দেখা গৈছে। এই ফটোখন আমাৰ হোৱাটচ‌এপ নম্বৰলৈও (৯০৪৯০৫৩৭৭০) ফ’ৰৱাৰ্ড কৰা […]

Continue Reading

বিৰাট কোহলীৰ মাতৃ সঁচাকৈয়ে অসুস্থ নেকি?   

শেহতীয়াভাবে অসমত হোৱাটছএপ যোগে এটা মেছেজ ভাইৰেল হৈ পৰা দেখা গৈছে। এটি বিশেষ ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট প্ৰচাৰ কৰি ভাৰতীয় ক্ৰিকেট জগতৰ তাৰকা খেলূৱৈ তথা প্ৰাক্তন অধিনায়ক বিৰাট কোহলীৰ মাতৃ অসুস্থ হোৱা বুলি দাবী কৰা হৈছে।    আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ এই স্ক্ৰিণশ্বটটো প্ৰেৰণ কৰি এজন ব্যৱহাৰকাৰীয়ে এই কথা সত্য হয়নে নহয়, সেয়া জানিবলৈ আগ্ৰহ […]

Continue Reading