মৰক্কোৰ ভূমিকম্পৰ বুলি তুৰস্কৰ অট্টালিকাৰ ভিডিঅ’ ভাইৰেল কৰা হৈছে।  

শেহতীয়াভাৱে মৰক্কোত ভয়ংকৰ ভূমিকম্প হোৱাৰ পাছত সমগ্ৰ বিশ্বতে ভুৱা খবৰ, ভুল তথ্য, বিভ্ৰান্তিকৰ ফটো, ভিডিঅ’ আদি ভাইৰেল হৈ পৰিছে। অসমতো যোৱা দুটা দিনত এটা ভিডিঅ’ মানুহৰ হোৱাটছএপত বিয়পি কৰিছে। ভিডিঅ’টোত দাবী কৰা হৈছে যে মৰক্কোৰ ভূমিকম্পৰ ফলত এটা অট্টালিকা খহি পৰিছে। সেই ভিডিঅ’টো আমাৰ দৃষ্টিগোচৰ হৈছে।  Archived Link তদুপৰি আমি সেই ভিডিঅ’টো এক্স(পূৰ্বৰ টুইটাৰত)তো প্ৰচাৰিত […]

Continue Reading

এই দৃশ্য অযোধ্যাৰ ৰাম মন্দিৰৰ ভিতৰৰ হয়নে?

এটা অট্টালিকাৰ ভিতৰৰ অংশ, পৰম্পৰাগতভাৱে সজাই তোলা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। ভিডিঅ’টোত সোণালী সজ্জা আৰু দেৱালত চিত্ৰ অংকন কৰা এটা বৃহৎ হল দেখুওৱা হৈছে। দাবী কৰা হৈছে যে এয়া অযোধ্যাৰ ৰাম মন্দিৰৰ ভিতৰৰ দৃশ্য। একে দাবীৰে এই ভিডিঅ’টো আমাৰ হোৱাটচ‌এপ নম্বৰলৈও ফ’ৰৱাৰ্ড কৰা হৈছিল। Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান […]

Continue Reading