বৃহৎ আকাৰৰ চিলাৰ সৈতে ৩ বছৰীয়া শিশু এটা উৰি যোৱা ভিডিঅ’টো গুজৰাটৰ নহয়

শেহতীয়াকৈ এটা বিশেষ ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ভিডিঅ’টোত এখন বৃহৎ আকাৰৰ চিলাৰ সৈতে এটি ৩ বছৰীয়া শিশু উৰি যোৱা দেখা গৈছে। দাবী কৰা হৈছে যে এই ঘটনাটো সংঘটিত হৈছে গুজৰাটত। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ। সত্যতা নিৰূপণ পদ্ধতি আমি ভিডিঅ’টো কীফ্ৰেমত বিভক্ত […]

Continue Reading

ভাইৰেল ভিডিঅ’টো এয়াৰ হোষ্টেছ অশিন মাগৰে দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ ভিতৰৰ পৰা কৰা অন্তিম ভিডিঅ’ নহয়

যোৱা ১৫ জানুৱাৰীত নেপালৰ পোখৰা বিমান বন্দৰত অৱতৰণ কৰাৰ সময়ত য়েতি এয়াৰলাইঞ্চৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ বিমানখনৰ কৰ্মচাৰীসহ ৭২ জন যাত্ৰীৰ আটাইকেইজন মৃত্যুমুখত পৰে।  ইয়াৰ পিছতে এটা বিশেষ ভিডিঅ’চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ভিডিঅ’টো হ’ল বিমানখনৰ ভিতৰত এয়াৰ হোষ্টেছ অশিন মাগৰে বনোৱা এটা টিকটক ভিডিঅ’। দাবী কৰা হৈছে যে এই ভিডিঅ’টো এয়াৰ হোষ্টেছগৰাকীয়ে দুৰ্ঘটনাগ্ৰস্ত […]

Continue Reading