শেহতীয়াভাৱে অসমত হোৱাটছএপৰ জৰিয়তে এটা মেছেজ ভাইৰেল হৈ পৰিছে এই দাবীৰে যে ইণ্ডিয়ান অইল কৰ্প’ৰেশ্বন লিমিটেডে মোবাইল ফোন,টিভি,বিনামূলীয়া উপহাৰ আদিৰ এক লাকী ড্ৰ তেওঁলোকৰ ৪০সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে আয়োজন কৰিছে। আইঅ’চিএলক উপলক্ষ্য কৰি ভাইৰেল কৰা এই মেছেজটো ফেচবুক,টুইটাৰ আৰু হোৱাটছপত বহুলভাৱে প্ৰচাৰ হৈছে। একেটা মেছেজেই আমাৰ ২৪ঘন্টা আৰু সাতো দিন খোলা থকা ফেক্টলাইন নম্বৰ 904 905 … Continue reading FACT CHECK: ইণ্ডিয়ান অইল কৰ্প’ৰেশ্বন লিমিটেডে মোবাইল ফোন,টিভি আদি বিনামূলীয়া উপহাৰ সহিতে কোনো ধৰণৰ লাকী ড্ৰ ঘোষণা কৰা নাই।
Copy and paste this URL into your WordPress site to embed
Copy and paste this code into your site to embed