এয়াৰ ইণ্ডিয়াই দুজন যাত্ৰীৰ বাবে গ্ৰীষ্মকালীন বিনামূলীয়া বিমান সেৱা দিছে নেকি সঁচাকৈ?
অতি শেহতীয়াভাৱে আমাৰ অসমৰ হোৱাটছএপত এটা লিংক বাৰুকৈয়ে ভাইৰেল হোৱা দেখা গৈছে। লিংকটোত কোৱা হৈছে যে অগ্ৰনী বিমান সেৱা এয়াৰ ইণ্ডিয়াই এই গ্ৰীষ্মকালত দুজনৰ বাবে বিনামূলীয়া সেৱা প্ৰদান কৰিছে। লিংকটোত লিখা হৈছে যে ব্যৱহাৰকাৰী গৰাকীয়ে দুজনৰ বাবে বিমান সেৱা জয়ী হৈছে অৰ্থাত লাভ কৰিছে। বিভিন্নজনৰ হোৱাটছএপত এই লিংকটো ফৰৱাৰ্ড কৰা দেখা গৈছে। আনকি আমালৈয়ো অনুৰূপ … Continue reading এয়াৰ ইণ্ডিয়াই দুজন যাত্ৰীৰ বাবে গ্ৰীষ্মকালীন বিনামূলীয়া বিমান সেৱা দিছে নেকি সঁচাকৈ?
Copy and paste this URL into your WordPress site to embed
Copy and paste this code into your site to embed