পুৰণি অপ্ৰাসংগিক ফটো জুবিন গাৰ্গৰ ভাৰ্চুৱেল মৰণোত্তৰ পৰীক্ষাৰ সৈতে জড়িত কৰি শ্বেয়াৰ কৰা হৈছে।

ছিংগাপুৰত প্ৰখ্যাত গায়ক জুবিন গাৰ্গৰ মৃত্যুৰ পিছত তেওঁৰ ভাৰ্চুৱেল মৰণোত্তৰ পৰীক্ষা ছিংগাপুৰ জেনেৰেল হস্পিতালত কৰা হয়। কিন্তু জনসাধাৰণৰ দাবী আৰু প্ৰাৰম্ভিক ভাৰ্চুৱেল মৰণোত্তৰ পৰীক্ষাৰ সঠিকতা আৰু আইনী বৈধতাক লৈ হোৱা উদ্বেগৰ বাবে গুৱাহাটীত দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষা অৰ্থাৎ গতানুগতিক মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয়। এই পটভূমিত ছিংগাপুৰত হোৱা জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ সৈতে জড়িত কৰি ছ’চিয়েল […]

Continue Reading

পুৰণি অপ্ৰাসংগিক ভিডিঅ’ জুবিন গাৰ্গৰ ছিংগাপুৰ দুৰ্ঘটনাৰ পাছৰ বুলি ভাইৰেল।

২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত এক শোকাৱহ দুৰ্ঘটনাত বিশিষ্ট কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যু হয়। এই পটভূমিত কোনো ট্ৰমা চেণ্টাৰৰ যেন লগা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে ভিডিঅ’টোত জুবিন গাৰ্গক তেওঁৰ দুৰ্ঘটনাৰ পিছত ছিংগাপুৰৰ এখন চিকিৎসালয়ত থকা দেখা গৈছে। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড […]

Continue Reading

এইজন জুবিন গাৰ্গ নহয়। এয়া মাহমুদ ইব্ৰাহিম নামৰ এজন পেছাদাৰী ডুবাৰুৰ এটা পুৰণি ভিডিঅ’হে।  

শেহতীয়াকৈ অসমৰ কেইগৰাকীমান ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া চিংগাপুৰত দেহাৱসান ঘটা জুবিন গাৰ্গৰ স্কুবা ডাইভিঙৰ সময়ৰ অন্তিমটো ভিডিঅ’। চিংগাপুৰত আয়োজন কৰা নৰ্থ-ইষ্ট ফেষ্টিভেলত অংশ গ্ৰহণ কৰিবলৈ যোৱা জুবিন গাৰ্গে সাগৰত স্কুবা ডাইভিং কৰিবলৈ গৈ উশাহ বন্ধ হৈ মৃত্যুমুখত পৰা বুলি প্ৰাৰম্ভিক খবৰ আহিছিল। সেই সময়তেই এই ভিডিঅ’টো ভাইৰেল হৈ পৰা […]

Continue Reading

এইগৰাকী জুবিন গাৰ্গ নহয়। এইটো অন্য কোনো ডুবাৰুৰ তিনিমাহ পুৰণি দৃশ্য।  