জৱাহৰলাল নেহৰুৱে মাতৃৰ অস্থি বিসৰ্জন কৰা সময়ৰ ফটো বিভ্ৰান্তিকৰ দাবীৰে ভাইৰেল।

শেহতীয়াকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ এখন ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে য’ত দাবী কৰা হৈছে যে সেয়া ১৯২৪ চনত জৱাহৰলাল নেহৰুৱে অৰ্ধ কুম্ভ মেলাত মাক-দেউতাকৰ অস্থি বিসৰ্জন দিয়াৰ দৃশ্য। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি প্ৰথমে প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰি জানিব […]

Continue Reading