এইখন অসমৰ জয়মালা নামৰ হাতীটোৰ ফটো নহয়!

অসমৰ পৰা নিয়া জয়মালা নামৰ এটা হাতীক তামিলনাডুত নিৰ্মমভাৱে প্ৰহাৰ কৰা বুলি দাবীৰে কিছু ভিডিঅ’ শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে ।  সৰৱ হৈ পৰিছে প্ৰকৃতিপ্ৰেমী তথা অসমৰ ৰাইজ । ফেচবুকত এই বিষয়ে বিভিন্ন ফটো, ভিডিঅ’ সম্বলিত পোষ্ট আপলোড তথা শ্বেয়াৰ কৰা হৈছে । এনে সময়তে এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে । দাবী কৰা হৈছে এইয়া […]

Continue Reading

ভাইৰেল ভিডিঅ’ত সেইবোৰ ডাইন’চৰৰ পোৱালি নহয়! 

পোৱালি ডাইন’চৰৰ দৰে দেখা প্ৰাণীৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হৈ পৰিছে । দাবী কৰা হৈছে যে এইয়া প্ৰমাণ যে প্ৰকৃততে বৰ্তমান সময়টো ডাইন’চৰৰ অস্তিত্ব আছে । একেটা ভিডিঅ’ ফেচবুকত একাধিক প্ৰফাইলৰ দ্বাৰা আপলোড কৰা হৈছে । এইটো এনে ধৰণৰ এক ফেচবুক পোষ্ট : “🔹সমুদ্ৰৰ পাৰত বিশেষ জীৱ, সকলোৱে একেমুখে কলে ডাইনাছৰ শেষ হোৱা […]

Continue Reading

FACT CHECK: বটচৱানাৰ হাতী যুঁজৰ পুৰণি ভিডিঅ’ অসমৰ গোৱালপাৰাৰ বুলি শ্বেয়াৰ কৰা হৈছে!

অসমৰ গোৱালপাৰাত কেমেৰাত বন্দী হোৱাৰ দাবীৰে অসমৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত দুটা হাতীয়ে কিছুমান জোপোহাৰ মাজত এক স্থানত যুঁজি থকা এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে । ভিডিঅ’টোত মানুহৰ মাত কথা তথা শব্দৰ উপৰিও কিছু যান-বাহনৰ শব্দ আছে যেন ওচৰতে এটা ব্যস্ত ৰাস্তা আছে ।  ফেচবুকত এনে এটা পোষ্ট আছে যিটো ১ ডিচেম্বৰ, ২০২১ তাৰিখে আপলোড কৰাৰ […]

Continue Reading

FACT CHECK: কাজিৰঙাৰ বুলি ভাইৰেল হোৱা বগা হৰিণৰ ফটো দুখনৰ এখন পুৰণি আৰু আমেৰিকাৰ হয়!

শেহতীয়াকৈ বগা ৰঙৰ হৰিণৰ দুখন ফটো এই দাবীৰে অসমত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বগা হৰিণ ওলাইছে আৰু এই দুখন তাৰেই ফটো । তাৰে এখন ফটো অলপ ধুৱলি কুৱলি আৰু আনখন খুৱ স্পষ্ট য’ত এটা ধুনীয়া বগা ৰঙৰ হৰিণ দেখা গৈছে। কাজিৰঙাত বগা হৰিণ দেখা বুলি কৈ বহুকেইটা ফেচবুক পোষ্ট শ্বেয়াৰ […]

Continue Reading

এই পুৰণি ফটোখন যোৰহাটত শেহতীয়াকৈ তোলা বাঘৰ ফটো বুলি প্ৰচাৰ কৰা হৈছে!

সংৰক্ষিত লিংক যিসময়ত ভাৰতত ক’ৰনা ভাইৰাছৰ সংক্ৰমণ দিনক দিনে বাঢ়িব ধৰিছে আৰু ভাৰতত ৩ মে’, ২০২০ তাৰিখে সমাপ্ত হবলগীয়া লক ডাউন দুসপ্তাহ বঢ়াই দিয়া হৈছে, সেই সময়তে লক ডাউন সম্পৰ্কীয় বিভিন্ন ফেচবুক আৰু টুইটাৰ পোষ্ট ছচিয়েল মিডিয়াত ভাইৰেল হব ধৰিছে ।কেইবা সপ্তাহৰ লক ডাউনৰ পাছত দেশত প্ৰদূষণ কমি গৈছে আৰু জীৱ-জন্তু, গছ-গছনিৰ এক নতুন আৰু […]

Continue Reading

এইটো লক ডাউনৰ সময়ত কাজিৰঙাত ৰেকৰ্ড কৰা ভিডিঅ’ নহয়!

ফেচবুক পোষ্ট  । সংৰক্ষিত পোষ্ট যিসময়ত ভাৰতত ক’ৰনা ভাইৰাছৰ সংক্ৰমণ দিনক দিনে বাঢ়িব ধৰিছে আৰু ভাৰতত ৩ মে’, ২০২০ তাৰিখে সমাপ্ত হবলগীয়া লক ডাউন দুসপ্তাহ বঢ়াই দিয়া হৈছে, সেই সময়তে লক ডাউন সম্পৰ্কীয় বিভিন্ন ফেচবুক আৰু টুইটাৰ পোষ্ট ছচিয়েল মিডিয়াত ভাইৰেল হব ধৰিছে ।কেইবা সপ্তাহৰ লক ডাউনৰ পাছত দেশত প্ৰদূষণ কমি গৈছে আৰু জীৱ-জন্তু, গছ-গছনিৰ […]

Continue Reading

ইণ্ডোনেছিয়াৰ হুৱেইলৰ ভিডিঅ’ বোম্বে হাই’ৰ ভিডিঅ’ বুলি ভাইৰেল হৈছে!

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট ক’ৰনা ভাইৰাছে সমগ্ৰ বিশ্বতে সন্ত্ৰাসৰ সৃষ্টি কৰিছে আৰু এতিয়ালৈকে প্ৰায় ৭০ হাজাৰ মানুহ এই ৰোগত ভুগি মৃত্যু মুখত পৰিছে আৰু লাখ লাখ মানুহ আক্ৰান্ত হৈ আছে । ভাৰতৰ দৰে বিশ্বৰ বহুতো দেশত ইতিমধ্যে লক ডাউন ঘোষণা কৰা হৈছে আৰু স্বাভাৱিক জীৱন যাত্ৰা সম্পূৰ্ণভাৱে স্তব্ধ হৈ পৰিছে । মানৱতাৰ চৰম দুৰ্যোগৰ […]

Continue Reading

নাহৰফুটুকীয়ে কুকুৰক আক্ৰমণ কৰা এই ভাইৰেল ভিডিঅ’টো সঁচাকৈয়ে গুৱাহাটীৰ হয়নে?

ছচিয়েল মিডিয়াত যোৱা দুদিনত নাহৰফুটুকী বাঘৰ ভিডিঅ’ এটা ভাইৰেল হৈ পৰিছে । ভিডিঅ’টোৱে অসমত যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছে যিহেতু দুটাকৈ অসমীয়া নিউজ চেনেলেও ভিডিঅ’টো গুৱাহাটীৰ হয় বুলি প্ৰকাশ কৰিছে ।  ভিডিঅ’টোত এটা নাহৰফুটুকী বাঘে অতি সন্তৰ্পনে আহি এঘৰ মানুহৰ বাৰাণ্ডাত শুই থকা এটা পোহনীয়া কুকুৰক আক্ৰমণ কৰা দেখা গৈছে ।  ভিডিঅ’টো প্ৰাগ নিউজ নামৰ এটা […]

Continue Reading