স্পেইনৰ পুৰণি ভিডিঅ’কে লিবিয়াৰ বান আৰু ধুমুহাৰ দৃশ্য বুলি প্ৰচাৰ কৰা হৈছে।  

লিবিয়াত ভূমধ্যসাগৰীয় বিশাল ধুমুহাত বান্ধ ফাটি যোৱা, অট্টালিকা বুৰাই পেলোৱা আৰু পূব উপকূলীয় চহৰ ডেৰ্নাৰ এক চতুৰ্থাংশ পৰ্যন্ত ধ্বংস কৰি পেলোৱা বানপানীত হাজাৰ হাজাৰ লোকৰ মৃত্যু হোৱাৰ লগতে কমেও ১০ হাজাৰ লোক নিৰুদ্দিষ্ট হৈছে। ডেনিয়েল নামৰ এই ধুমুহাত দুটা মথাউৰি ফাটি যোৱাৰ ফলত উপকূলীয় চহৰ ডেৰ্নাত ভয়ংকৰ বানপানীৰ সৃষ্টি হয়। এই পটভূমিতে বানপানীয়ে যান-বাহন উটুৱাই […]

Continue Reading

এটা অট্টালিকাৰ পিছফালে দেখা পোৱা প্ৰচণ্ড ঘূৰ্ণীবতাহ আৰু বিজুলী ঢেৰেকণিৰ ভিডিঅ’টো লিবিয়াৰ হয়নে?

শেহতীয়াকৈ লিবিয়াত হোৱা ডেনিয়েল নামৰ প্ৰচণ্ড সামুদ্ৰিক ধুমুহা আৰু বানপানীৰ ফলত সহস্ৰাধিক লোকৰ মৃত্যু হোৱাৰ লগতে অসংখ্য লোক গৃহহাৰা হৈছে। এনে সময়তে লিবিয়াৰ ধুমুহা, বানপানীৰ বুলি এটা ভিডিঅ’ ভাইৰেল হৈছে চ’চিয়েল মেডিয়াত।  এনেধৰণৰ ভিডিঅ’ ফেচবুকতো আমি পালোঁ। Facebook Link | Archived Link Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ […]

Continue Reading

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সোণৰ আবক্ষ মূৰ্তি চৌদি আৰৱত নিৰ্মাণ কৰা হোৱা নাই।

চৌদি আৰৱত মোডীৰ সোণৰ মূৰ্তি স্থাপন কৰা বুলি দাবী কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সোণৰ আবক্ষ মূৰ্তি দেখুওৱা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ফুটেজত নৰেন্দ্ৰ মোডীৰ আধা দৈৰ্ঘ্যৰ সোণৰ মূৰ্তি প্ৰদৰ্শিত হোৱা দেখা গৈছে, ‌য’ত স্পষ্টকৈ লিখা আছে ১৫৬ গ্ৰাম বুলি। এই ভিডিঅ’টো আমাৰ হোৱাটচ‌এপ নম্বৰলৈও আহিছিল আৰু কেপশ্বন লিখা আছিল এইদৰে – “আৰবে […]

Continue Reading