এয়া মৰক্কোৰ শেহতীয়া ভূমিকম্পৰ দৃশ্য হয়নে?

শুকুৰবাৰে গভীৰ নিশা মৰক্কোত প্ৰচণ্ড ভূমিকম্পৰ সৃষ্টি হয়। যাৰ তীব্ৰতা ৰিখটাৰ স্কেলত আছিল ৬.৮ । পৰ্যটনৰ বাবে বিখ্যাত মাৰাকেছ চহৰৰ পৰা ৭১ কিলোমিটাৰ দক্ষিণ-পশ্চিমে ১৮.৫ কিলোমিটাৰ গভীৰতাত ভূমিকম্পৰ কেন্দ্ৰবিন্দু বুলি জানিব পৰা গৈছে। এই দুৰ্ঘটনাত নিহতসকলৰ বাবে বিশ্বৰ সকলো দেশেই দুখ আৰু শোক প্ৰকাশ কৰিছে। ইফালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও জি-২০ সন্মিলনৰ সময়ত মৰক্কো দুৰ্ঘটনাত […]

Continue Reading

মৰক্কোৰ ভূমিকম্প বিধ্বস্ত মছজিদত আজান দিয়া বুলি প্ৰচাৰিত দৃশ্যটো ২০১৭ চনৰে পুৰণি দৃশ্য। 

মৰক্কোৰ হাই এটলাছ পৰ্বতত বিগত ৮ ছেপ্টেম্বৰত হোৱা ৬.৮ ৰিখটাৰ প্ৰাবল্যৰ এক শক্তিশালী ভূমিকম্পত ১০০০ৰো অধিক লোকে প্ৰাণ হেৰুওৱাৰ লগতে ৩০০ৰো অধিক লোক আহত হয় আৰু অসংখ্য অট্টালিকাৰ ক্ষতিসাধন হয়। মৰক্কোৰ চতুৰ্থ বৃহত্তম চহৰ মাৰাকেছৰ পৰা ৭৫ কিলোমিটাৰ পশ্চিমে এই ভয়ংকৰ ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল। এই ঘটনাৰ পাছত চ’ছিয়েল মিডিয়াত ভূমিকম্পৰ প্ৰভাৱৰ কিছুমান ভিডিঅ’ আৰু ফটোৰ […]

Continue Reading