FACT CHECK: শ্বাহৰুখ খানৰ এই ভাইৰেল ফটোখন তেওঁৰ পুত্ৰ ড্ৰাগছ কেছত গ্ৰেপ্তাৰ হোৱাৰ পাছৰ নহয়!

বলিউডৰ অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ, আৰিয়ান খান, এক ড্ৰাগছ কেছত গ্ৰেপ্তাৰ হোৱাৰ পাছৰে পৰা অভিনেতাজনৰ বিষয়ে ছ’চিয়েল মিডিয়াত বহুল ভাৱে চৰ্চা চলিব ধৰিছে । এই সম্পৰ্কে বিভিন্ন ফটো তথা দাবী ভাইৰেল হৈ পৰিছে ।  শেহতীয়াকৈ ছোচিয়েল মিডিয়াত  শ্বাহৰুখ খানৰ এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে । ফটোখনত অভিনেতাজনক যথেষ্ট চিন্তিত তথা মানসিক ভাৱে ভাগি পৰা […]

Continue Reading

FACT CHECK: আমেৰিকান শিল্পীৰ শিল্পকৰ্ম ‘হাৰিকেন শ্বাহিনৰ’ ভিডিঅ’ বুলি ভাইৰেল হৈছে!

অসমৰ হোৱাটছএপত টৰ্ণেডৰ দৰে দেখা যোৱা এটা ভিডিঅ’ ভাইৰেল হৈ আছে। ২২ ছেকেণ্ড দীঘল ভিডিঅ’টোৰ সৈতে “ওমানৰ পাৰত ঘূৰ্ণীবতাহ শ্বাহিন।। ডুবাইৰ বুৰ্জ খলিফাৰ পৰা তোলা ফটো। আশ্চৰ্যজনক ভিডিঅ’গ্ৰাফী…। সৃষ্টিকৰ্ত্তাজনৰ মহত্ত্বালৈ চাওক” বুলি এটা বাৰ্তা সন্নিবিষ্ট আছে । ফেক্ট ক্ৰেচেণ্ডোৱে ইয়াৰ ২৪x৭ ফেক্টলাইন নম্বৰ ৯০৪ ৯০৫ ৩৭৭০-ত উক্ত ভাইৰেল দাবীটো প্ৰমাণিত কৰাৰ অনুৰোধৰ সৈতে এক বাৰ্তা […]

Continue Reading

FACT CHECK: এই ভিডিঅ’টোত লণ্ডনৰ ৰাস্তাৰ মাজত মুছলমানসকলে প্ৰাৰ্থনা কৰি থকা নাই

লণ্ডনত দৃশ্যটো দৃশ্যগ্ৰহণ কৰা বুলি দাবী কৰি এখন চহৰৰ ৰাস্তাত প্ৰাৰ্থনা কৰা লোকৰ এটা ভিডিঅ’ ভাইৰেল হৈ আছে। ভিডিঅ’টোৰ সৈতে থকা বাৰ্তাটোত “ব্ৰিটিছ চহৰ লণ্ডনৰ অৱস্থা চাওক। 200 বছৰত, ব্ৰিটিছে ভাৰত দেশ ধ্বংস কৰিছিল, এতিয়া এই মুছলমানসকলে ব্ৰিটিছসকলক ধ্বংস কৰিব! যদি আমি ধৰ্ম আৰু জাতিৰ বাবে ধৰ্মান্ধ নহয় তেন্তে আমাৰ অৱস্থা পৃথিৱীৰ আন সকলো লোকতকৈ […]

Continue Reading

FACT CHECK: জনৈক চলচ্চিত্ৰ দৃশ্যগ্ৰহণৰ সময়ৰ এখন ফটো ভাৰত-চীনৰ সৈন্যৰ মাজত হোৱা হতাহতিৰ ফটো বুলি ভাইৰেল!

শেহতীয়াকৈ, অৰুণাচল প্ৰদেশৰ টাৱাঙত ভাৰত আৰু চীনা সৈন্যৰ মাজত এক সংঘৰ্ষ হৈছিল। বাতৰি প্ৰতিবেদনত কোৱা হৈছে যে প্ৰায় ২০০ চীনা সৈন্যই প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (এলএচি) অতিক্ৰম কৰি ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰিছিল। চীনা সৈন্যসকলক ভাৰতীয় সেনাই চমুকৈ আটক কৰিছিল।  চীনা সৈন্য আৰু ভাৰতীয় সৈনিকৰ মাজৰ সংঘৰ্ষ বিষয়ে ইণ্টাৰনেটত এখন ছবি ভাইৰেল হৈ আছে। ছবিখন কেপশ্বনৰ সৈতে […]

Continue Reading

FACT CHECK: চীনা ‘পিএলএ’ৰ পুৰণি প্ৰশিক্ষণৰ ছবি শেহতীয়াকৈ ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰাৰ সময়ৰ বুলি ভাইৰেল হৈছে

ঘোঁৰাত উঠি থকা পিপলছ লিবাৰেচন আৰ্মীৰ কেইজনমান জোৱানৰ ছবি ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হৈ পৰিছে আৰু এই দাবী কৰা হৈছে যে এইয়া ইণ্ডো-চীন সীমান্তৰ শেহতীয়া ঘটনাৰ হয়। শিৰোনামটোত দাবী কৰা হৈছে যে যেতিয়া পিএলএ জোৱানসকলে শেহতীয়াকৈ উত্তৰাখণ্ডৰ সীমান্তত ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰিছিল তেতিয়া ছবিখন তোলা হৈছিল।  ফেচবুকত অসমত ভাইৰেল হৈ পৰা এনে এটা পোষ্টত কোৱা […]

Continue Reading

FACT CHECK: পুৰণি দুৰ্ঘটনা এটাৰ ফটো বিতৰ্কিত শিল্পী লাৰ্ছ ভিল্কছৰ মাৰাত্মক দুৰ্ঘটনাৰ ফটো বুলি ভাইৰেল!

বিতৰ্কিত চুইডিছ শিল্পী লাৰ্ছ ভিল্কছ ২০২১ চনৰ ৪ অক্টোবৰত এটা গাড়ী দুৰ্ঘটনাত নিহত হৈছে । উল্লেখযোগ্য যে এটা কুকুৰৰ সৈতে পয়গম্বৰ মহম্মদক অংকন কৰাৰ পিছত ধৰ্মান্ধসকলৰ দ্বাৰা তেওঁক দুবাৰ হত্যাৰ চেষ্টা চলোৱা হৈছিল । চুইডেনত প্ৰৰোচনাকাৰী শিল্পীজনৰ মৃত্যুৰ অলপ পিছতে, ছ’চিয়েল মিডিয়া প্লেটফৰ্মবোৰত কিছুমান ছবি ভাইৰেল হৈ পৰিছে আৰু বিভিন্নজনে দাবী কৰিছে যে এই ফটোবোৰ […]

Continue Reading

FACT CHECK: লণ্ডনৰ পুৰণি ভিডিঅ’ নেডাৰলেণ্ডৰ বিদ্যালয়সমূহত গীতাৰ অধ্যয়ন বাধ্যতামূলক কৰা হৈছে বুলি দাবী কৰি শ্বেয়াৰ কৰা হৈছে

ছ’চিয়েল মিডিয়াত বিভিন্ন ভাষাত ভাইৰেল হৈ পৰা এটা পোষ্টত শেহতীয়াকৈ দাবী কৰা হৈছে যে নেডাৰলেণ্ড চৰকাৰে ঘোষণা কৰিছে যে পঞ্চম শ্ৰেণীৰ পৰা বিদ্যালয়সমূহত ভগৱৎ গীতাৰ অধ্যয়ন বাধ্যতামূলক কৰা হৈছে। এনে ধৰণৰ কিছুমান পোষ্ট এখন ছবিৰ সৈতে শ্বেয়াৰ কৰা হৈছে আনহাতে কিছুমান ভিডিঅ’ৰ সৈতে শ্বেয়াৰ কৰা হৈছে।  ফেক্ট ক্ৰেচেণ্ডো অসমীয়ায়ে উক্ত ভাইৰেল দাবিটোৰ সত্যতা নিৰূপণ কৰিবলৈ […]

Continue Reading