Fact check: ফটোত এলবাৰ্ট আইনষ্টাইনৰ কাষত থকা ব্যক্তিগৰাকী তেওঁৰ গাড়ীচালক নহয়!

হাফপেন্ট আৰু টি-ছাৰ্ট পৰিধান কৰি এলবাৰ্ট আইনষ্টাইনে এক সমুদ্ৰতীৰৰ এটা শিলৰ ওপৰত বহি চুট টাই পৰিহিত এজন লোকৰ সৈতে কথা পাতি থকা এখন ফটো অসমত ভাইৰেল হৈছে আৰু দাবী কৰা হৈছে যে সেইগৰাকী আইনষ্টাইন আৰু চুট পৰিহিত লোকজন তেখেতৰ গাড়ীচালক।  তেনেকুৱা এটা ভাইৰেল পোষ্ট কৰা হৈছিল গ্ৰন্থ সুবাস নামৰ ফেচবুক পেজ এটাৰ পৰা ২২ নৱেম্বৰ […]

Continue Reading

FACT CHECK: ইণ্ডোনেছিয়াৰ এই লোকজনে নিজৰ ঘৰৰ ওপৰত সৰি পৰা উল্কাপিণ্ড বিক্ৰী কৰি ১.৮ মিলিয়ন ডলাৰ উপাৰ্জন কৰা নাই!

শেহতীয়াভাৱে ইণ্ডোনেছিয়াৰ এজন কফিন নিৰ্মাতাৰ ঘৰৰ মুধচত সৰি পৰা এটা উল্কাপিণ্ডৰ কাহিনীয়ে বাতৰিৰ শিৰোনাম দখল কৰা দেখা গৈছে আৰু সেই ঘটনাটোক লৈ কৰা পোষ্টেৰে ছ’চিয়েল মিডিয়া ভৰি পৰিছে। পোষ্টবোৰত বুজাব খোজা হৈছে যে সেই উল্কাপিণ্ডটোৰ মূল্য কেইবামিলিয়ন ডলাৰ আৰু ঘটনাটোৱে লোকজনৰ জীৱনেই সলনি কৰি পেলাইছে। দাবী কৰা হৈছে যে ১.৮মিলিয়ন ডলাৰ(ভাৰতীয় টকাৰ মূল্যত কেইবা কোটি […]

Continue Reading