ভাৰত চৰকাৰে প্ৰত্যেকজন ক’ৰনা ৰোগীৰ বাবে ১.৫ লাখ টকা খৰচ কৰিছে বুলি ভুৱা বাৰ্তা ভাইৰেল হৈছে!

ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ এক বিশেষ বাৰ্তা ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । উক্ত ভাইৰেল বাৰ্তাটোত দাবী কৰা হৈছে যে ভাৰত চৰকাৰে প্ৰত্যেকজন ক’ৰনা ৰোগীৰ বাবে ১.৫ লাখ টকা খৰচ কৰিছে বা ৰাজ্য চৰকাৰক প্ৰদান কৰিছে । এই বিষয়ে এক বাৰ্তা হোৱাটচ এপ্পৰ যোগেদি ভাইৰেল হৈ পৰিছে । এই সম্বন্ধে কিছু ফেচবুক পোষ্টও […]

Continue Reading